সোণাৰি: আমি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিছোঁ, বৰহাটত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য
আজি আমাৰ ১৪নং যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ নিৰ্বাচনি সভা বৰহাট মণ্ডলৰ অন্তগত আহুখাট আৰু সোণালী পঞ্চায়ত মিলি এখনি নিৰ্বাচনী প্ৰচাৰ সভা নগাহাট বজাৰ গৃহত আয়োজন কৰা হয় । সভাখনত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পিযুষ হাজৰিকা । সোনাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰকে প্ৰমূখে বহুকেইজন বিজেপি নেতা উপস্থিত থাকে ।