Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Congress
Accident
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket

বাক্সা: বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাক বদলি

Baska, Baksa | Nov 13, 2025
বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাক বদলি। ফৰেণচিক সঞ্চালকালয়ৰ উপ-সঞ্চালক পদলৈ বদলি দেৱ শৰ্মাক। শ্যামকানু-সিদ্ধার্থক বাক্সা জে'ললৈ নিয়াৰ সময়ত হৈছিল উত্তেজনা। জে'লৰ সমুখত সমৱেত লোকৰ ওপৰত লাঠীচালনা কৰিছিল বিষয়াজনে। অৱশেষত চৰকাৰে বদলি কৰিলে বিষয়াগৰাকী।

MORE NEWS