Public App Logo
নগাঁৱত জনজাতীয় ছাত্ৰৰ ওপৰত আ*ক্ৰ*মণ। নগাঁও জিলা জনজাতি জিৰণি চ'ৰা ছাত্ৰাবাসত দু*ৰ্বৃ*ত্তৰ এই আ*ক্ৰ*মণ। দু*ৰ্বৃ**ত্তৰ আ**ক্ৰ*ম*ণত গুৰুত্বৰ বাবে আহত তিনিজন ছাত্ৰ। আতংকিত জনজাতীয় ছাত্ৰ-ছাত্ৰী। জিলা আয়ুক্ত - আৰক্ষী অধীক্ষকক গোচৰ। - Assam News