বাক্সা: আঙাৰকাটা বিনয়াপুৰ খেলপথাৰত ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰম ১৫০ বৰ্ষ সম্পূৰ্ণ হোৱাৰ শুভক্ষণত আজি তামুলপুৰত পালন
Baska, Baksa | Nov 11, 2025 আঙাৰকাটা বিনয়াপুৰ খেলপথাৰত ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰম ১৫০ বৰ্ষ সম্পূৰ্ণ হোৱাৰ শুভক্ষণত আজি তামুলপুৰ জিলা ভাৰতীয় জনতা পাৰ্টিয়ে বিশেষ তাৎপৰ্যপূৰ্ণভাৱে পালন কৰা অনুষ্ঠানত উপস্থিত থাকে এমছিএলএ ভজেন দাস আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে ।