সোণাৰি: এঙেৰাত শিৱসাগৰ পৰা সোণাৰি অভিমুখে অহা এখন চাৰিচকীয়া বাহন নিয়ন্ত্ৰণ হেৰুৱাই দ-খাবৈত বাগৰি পৰে,কথমপি প্ৰাণ ৰক্ষা আৰোহীৰ
চৰাইদেউ এঙেৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত। শিৱসাগৰ পৰা সোণাৰি অভিমুখে অহা এখন চাৰিচকীয়া বাহন নিয়ন্ত্রণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হৈ দ-খাৱৈত বাগৰি পৰে ৷ দুঘটনাটোৰ ফলত কথমপি প্ৰাণৰক্ষা পৰে চালক সহ আৰোহীৰ । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।