Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Patanjali
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Educationforall
Capacitybuilding
Worldwaterday
Railsafety
Chaitranavratri
���ंतर्राष्ट्रीय_वन_दिवस
Thodadhyanse
No video available

সোণাৰি: শণিবাৰে সাপেখাটী মণ্ডলৰ অন্তৰ্গত ১০৭ নং বুথত নিৰ্বাচনী প্ৰচাৰ সভা। অংশগ্ৰহণ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ ।

Sonari, Charaideo | Mar 30, 2024
আজি শণিবাৰে দিনৰ ২ বজাত সাপেখাটী মণ্ডলৰ অন্তৰ্গত ১০৭ নং বুথত বুথৰ সভাপতি লোহিত চেতিয়াৰ পৌৰহিত্যত অনুষ্ঠিত হয় এখন নিৰ্বাচনী প্ৰচাৰ সভা । এই সভাত সোণাৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকি যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰযুটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলায়।

MORE NEWS