Public App Logo
Jansamasya
National
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
North_east_delhi
Nagaland
East_delhi
West_delhi
Notoadulteration
Bipinrawat
Railone
North_west_delhi
Thodadhyanse
Educationforall
Cds
Railsafety
Chaitranavratri
Smartrailyatri
Bihar
Indianrailway
Railinfra4jharkhand
Safetyfirst
Amritstation
Railinfra4westbengal
No video available

সোণাৰি: মথুৰাপুৰ তিনিআলিত দিন-দুপৰতে চুৰিকাণ্ড সংঘটিত, মনভাই নামৰ লোকজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰৰ লুটপাত

Sonari, Charaideo | Jun 24, 2024
চৰাইদেউ জিলাৰ মথুৰাপুৰ তিনি আলিৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত দিন দুপৰতে সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা ৷ মথুৰাপুৰ অঞ্চলৰ মনভাই নামৰ ব্যক্তিজনৰ ব্যৱসায়ী প্ৰতিষ্ঠানত চুৰে চলালে চাফাই অভিযান ৷ চুৰি চুৰি কৰি নিলে নগদ ৪০০০ টকা আৰু বহু হাজাৰ টকাৰ মূল্যৰ সামগ্ৰী ৷ঘটনাৰ সন্দৰ্ভত মথুৰাপুৰ আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে ৷

MORE NEWS