সোণাৰি: সোণাৰিত হোটেল গ্ৰীণ ভিউত ৰাইজৰ দল চৰাইদেউ জিলা সমিতিৰ উদ্যোগত বিশেষ সাংগঠনিক সভা ও যোগদান কার্যসূচী সম্পন্ন
চৰাইদেউ জিলাৰ সোণাৰি গ্ৰীণ ভিউত ৰাইজৰ দল চৰাইদেউ জিলা সমিতিৰ উদ্যোগত বিশেষ সাংগঠনিক সভা যোগদান কৰ্যসূচী অনুস্থিত ৷উপস্থিত থাকে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আগন্তুক পঞ্চায়ত নির্বাচনত আটাইকেইটা বিৰোধী ৰাজনৈতিক দলে বিজেপি দলৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ নির্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ প্রয়োজন মন্তব্য অখিল গগৈৰ ৷ উপ নিৰ্বাচনত ৰাইজৰ দলে প্ৰাৰ্থী দিয়াৰ বাবে গুণাগঁথা কৰা বুলিও মন্তব্য অখিল গগৈৰ।