সোণাৰি: চৰাইদেউ জিলা বিজেপি কাৰ্যালয়ত উপস্থিত মন্ত্ৰী অজন্তা নেওগ, উপস্থিত মন্ত্ৰী যোগেন মোহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা সমিতিৰ মুখ্য কাৰ্যালয়ৰ অটল বিহাৰী বাজপেয়ী ভৱনত উপস্থিত হয় অসমৰ বৃত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগ । মন্ত্ৰী গৰাকী উপস্থিত হৈ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে উপস্থিত হৈ দলীয় কাৰ্যকৰ্তা সকলৰ সৈতে মিলিত হৈ নিৰ্বাচনকেন্দ্ৰীক আলোচনাত মিলিত হয় মন্ত্ৰী গৰাকী।উক্ত বৈঠকত উপস্থিত থাকে মন্ত্ৰী যোগেন মোহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে বিজেপিৰ বহু কেইজন জ্যেষ্ঠ নেতা কৰ্মী।