Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
India
रेलवे
Coronavirus
कांग्रेस
बीजेपी
Congress
Modi
Delhi
Viral
Dm
Rajasthan
Bollywood
Patna
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
Uttarakhand
जिलाधिकारी
northeastbulletin
ধুবুৰীত আজমল ছুপাৰ ৪০’ৰ চমক। সৰ্বভাৰতীয় নীট পৰিক্ষাত সুনাম কঢ়িয়াই অনা ছাত্ৰছাত্ৰীক সম্বৰ্ধনা৷
Assam, India
| Jul 19, 2026
MORE NEWS
যোৰহাটৰ মৰিয়নি সমষ্টিৰ চেলেংহাটৰ বান পৰিস্থিতি। নিমিষতে খহাই নিব পাৰে ৰেলপথ। #public #friends #highlights #news #viral #reels #everyone #facebook
Helem, Biswanath | Jul 21, 2026
APL ত খেলিবলৈ সুযোগ লাভ গহপুৰৰ ডফলাগড়ৰ শ্ৰৱন খাউণ্ডৰ। বৰাক লিজেণ্ডচৰ হৈ খেলিব শ্ৰৱণে। #public #friends #highlights #news #viral #reels #everyone #facebook #APL
Helem, Biswanath | Jul 21, 2026
কি সুন্দৰ ভাৱে গাইছ!! এবাৰ শুনক। গহপুৰ ধন্দি গাৱঁৰ উদীয়মান যুৱক ৰক্তিম ব্ৰজেন মিলি ৰ কণ্ঠত লতা মংগেশকাৰৰ Aye mere watan ke logo..... দেশভক্তিমুলক গীত৷ #public #friends #highlights #news #viral #reels #everyone #facebook
Helem, Biswanath | Jul 20, 2026
ট্ৰেক্টৰ চলাই হাল বাই, ভূঁই ৰুলে বিধায়ক পল্লৱ লোচন দাসে । আজি এক ব্যতিক্ৰমী ৰূপত দেখা গ'ল বিশ্বনাথৰ বিধায়ক পল্লৱ লোচন দাসক । বিশ্বনাথৰ মিচামাৰী গাঁৱত বিধায়ক পল্লৱ লোচন দাসে নিজে ট্ৰেক্টৰ চলাই হাল বাই ভূঁই ৰোৱে । এখন নীলা ৰঙৰ ট্ৰেক্টৰৰে বিধায়ক গৰাকীয়ে প্ৰথমে পথাৰত হাল বাই । তাৰ পিছত মহিলাসকলৰ লগত মিলি ভূঁই ৰুবলৈ আৰম্ভ কৰে। দৰাচলতে অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান ASRLM ৰ সাকোমঠা উন্নয়ন খণ্ডৰ অন্তৰ্গত বামুনিপথাৰ আৰু ধুলি গাঁও পঞ্চায়তৰ দুটাকৈ সংহত কৃষি ক্লাষ্টাৰৰ সদস্যই আজিৰ পৰা কৃষি কাৰ্যৰ শুভাৰম্ভণি কৰে । বিধায়ক পল্লৱ লোচন দাসে ফিটা কাটি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। এই অনুষ্ঠানত শ্যামলা আৰু দেবাংশ্ৰী সংহত কৃষি ক্লাষ্টাৰৰ মহিলা সকলে বিধায়ক গৰাকীৰ লগত একেলগে ভূঁই ৰুই আনন্দ কৰে । #public #friends #highlights #news #viral #reels #everyone #facebook #police #Gohpur #barta24x7
Helem, Biswanath | Jul 19, 2026
গহপুৰত পাহাৰীয়া ব্ৰহ্মাজান নৈৰ তাণ্ডৱ। মুষলধাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা ব্ৰহ্মাজান নৈৰ পানী পথৰ ওপৰেদি বাগৰিছে ৷ ঠায়ে ঠায়ে পথ চিঙাৰ লগতে মানুহৰ ঘৰতো সোমাইছে পানী । ফলত চিন্তিত হৈ পৰিছে ব্ৰহ্মাজান নৈৰ দাঁতি মহেন্দ্ৰপুৰ বাসী ৰাইজ।
Helem, Biswanath | Jul 19, 2026