Public App Logo
Profile Picture

North East Bulletin Digital

@northeastbulletin
445Followers
0Following
ৰাতিপুৱাই উঠি বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন বিধায়ক অখিল গগৈৰ।
শিৱসাগৰত ৰাতিপুৱা পৰা নিশালৈকে বানাক্ৰান্ত সকলক উদ্ধাৰ অভিযান ৰাখিছে বিধায়ক অখিল গগৈয়ে।
সোণাৰিত বানৰ কালৰূপ ধাৰণ কৰিছে৷
অনলাইন জুৱাৰীৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান। হাতেলোটে আটক চাৰি অনলাইন জুৱাৰীক।
শিৱসাগৰত বানাক্ৰান্ত ৰাইজক উদ্ধাৰ কৰিবলৈ উপস্থিত হ’ল বায়ু সেনাৰ দ’ল।
ছোনম ৱাংচুক আৰু CJP’ৰ সমৰ্থনত ধুবুৰীত CITU,AIKS,AIDWA,SFI আৰু DYFI’ৰ উত্তাল প্ৰতিবাদ৷
উজনি অসমৰ বহু কেইটা জিলাত বানপানীয়ে লৈছে ভয়ংকৰ ৰূপ।
শিৱসাগৰত বানৰ সংহাৰী ৰূপ৷ সময়ে সময়ে বানে লৈছে ভয়ংকৰ ৰূপ।
গৌৰীপুৰৰ বালাজানল নিচাজাতীয় টেবলেট সহ আটক এজন সৰবৰাহকাৰী৷
গৌৰীপুৰ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান৷ ড্ৰাগছ সহ আটক মহিজুৰ ৰহমান৷
ছোনম ৱাংচুকৰ সমৰ্থনত ধুবুৰীত মম শিখা লৈ মৌন প্ৰতিবাদ আছুৰ।
সুৰাৰ বিপনীৰ বিৰুদ্ধে পুনৰ চাপৰত ঝাৰু লৈ উত্তাল প্ৰতিবাদ মহিলা সকলৰ
কংগ্ৰেছে সংখ্যালঘু ৰাইজৰ ভোট লৈ বিজেপিত যোগদান কৰে। কংগ্ৰেছ হৈছে বিজেপিৰ A TEAM
ধুবুৰীত আজমল ছুপাৰ ৪০’ৰ চমক। সৰ্বভাৰতীয় নীট পৰিক্ষাত সুনাম কঢ়িয়াই অনা ছাত্ৰছাত্ৰীক সম্বৰ্ধনা৷
দৰিদ্ৰতাক নেওচি ধুবুৰীত সৰ্বভাৰতীয় NEET পৰিক্ষাত উজ্জ্বলিল আজমল ছুপাৰ ৪০’ৰ ছাত্ৰ আৰিয়ান হুছেইন৷
চাইবাৰ অপৰাধী চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত  গ্ৰেপ্তাৰ ধুবুৰীৰ দুই মোবাইল চিম বিতৰক!
গৌৰীপুৰত NEET পৰীক্ষাত কাঠমিস্ত্ৰীৰ সন্তান লুতফৰ আলীয়ে কঢ়িয়াই আনিলে গৌৰৱ৷
ধুবুৰীত নিচাজাতীয় টেবলেট সহ আটক চাৰি সৰবৰাহকাৰী৷
ধুবুৰীৰ চহৰত ঐতিহাসিক জগন্নাথ ৰথ যাত্ৰা।আজিৰে পৰা আৰম্ভ হ'ল শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰা।
ধনৰ অভাৱত বন্ধ হ’ল ধুবুৰী ৰাজীৱ ভৱনৰ নিৰ্মাণ কাৰ্য৷ এটা জুপুৰিত চলিছে ধুবুৰী ৰাজীৱ ভৱন।
ধুবুৰী আদালত চৌহদত  উতপ্ত পৰিস্থিতি৷ দুই মহিলাৰ প্ৰচণ্ড মাৰপিট৷
পুনৰ শিৱসাগৰত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ছবি অংকন কৰিলে ছবি চিত্ৰ শিল্পী মাৰ্চেল বৰুৱাই
ধুবুৰীৰ গৰাখহনীয়া সমস্যা সন্দৰ্ভত সদনত বক্তব্য ধুবুৰী সমষ্টিৰ বিধায়িকা বেবী বেগমৰ৷
ধুবুৰীত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ সর্বাত্মাক কৰ্মবিৰতি পালন৷
ধুবুৰীত জমা থোৱা CLF আৰু আত্ম সহায়কৰ ধন হৰলুকি কৰাৰ অভিযোগ মঞ্জুৰ আলমৰ বিৰুদ্ধে৷