কামৰূপ জিলাত ১৫ ডিচেম্বৰৰ পৰা কুষ্ঠৰোগ নিৰ্মূলকৰণ অভিযান । আজি কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ সভাপতত্বিত সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা কুষ্ঠৰোগ নিয়ন্ত্ৰণ কোষ আৰু জিলা স্বাস্থ্য সমিতিৰ জিলা পৰ্যায়ৰ সমন্বয় সমিতিৰ বৈঠক অনুষ্ঠিত হয়।