ডিব্ৰুগড়ৰ উপকন্ঠ অঞ্চল চাউলখোৱাত মুকলি উজনীৰ অসমৰ প্ৰথমটো Piaggio Commercial Showroom আৰু চাৰ্ভিছ চেন্টাৰ।আজি এই চেন্টাৰটোৰ আনুষ্ঠানিকভাৱে মুকলি কৰে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী পম্পী পূৰবীয়ে। ইণ্ডিয়া No 1 EV Auto Band এই ডিলাৰত গ্ৰাহকে দিপাৱলীলৈকে লাভ কৰিব বিশেষ সুবিধা আৰু আৰ্কষণীয় উপহাৰ। ইচ্ছুক ব্যক্তিয়ে যোগাযোগ কৰিব পাৰিব - ৯৪৩৫৬১১৭৮৬, ৯৪৩৫১৯৭৮৬০ নম্বৰত।