সোণাৰি: 'কা'ৰ বিৰুদ্ধে কংগ্ৰেছৰ স্থিতি একেই আছে, আমি 'কা'ৰ বিৰোধিতা কৰিছোঁ, সোণাৰিত মন্তব্য সাংসদ গৌৰৱ গগৈৰ
চৰাইদেউ জিলাৰ সোণাৰিত আজি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় সাংসদ গৌৰৱ গগৈ । সাংবাদিক হৈতে মুখামুখিৰ হৈ কা সন্দৰ্ভত সাংবাদিকে প্ৰশ্নত সাংসদ গৌৰৱ গগৈয়ে সোণাৰিত কলে 'কা'ৰ বিৰুদ্ধে কংগ্ৰেছৰ স্থিতি একেই আছে: 'কা'ৰ বিৰোধিতা কৰিছোঁ