সোণাৰি: চৰাইদেউত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাইজৰ আশীৰ্বাদ বিচাৰি ভোটদানৰ আহ্বান সাংসদ তপন কুমাৰ গগৈৰ
চৰাইদেউত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰি আশীৰ্বাদ বিচৰাৰ লগতে ১৯ এপ্ৰিলত ভোটদানৰ আহ্বান জনালে সাংসদ তথা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে। সভাত জিলা বিজেপিৰ সভাপতি লক্ষীনাথ তাছা আৰু দলৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে।