সোণাৰি: মাহমৰা সমষ্টিৰ দোমৰ দলং আৰু শিঙৰি জান চাহ বাগিছাত কংগ্ৰেছ দলৰ সাংগঠনিক সভা অনুষ্ঠিত, ১৫ জন লোকৰ কংগ্ৰেছ দলত যোগদান
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ দোমৰ দলং শিঙৰিজান চাহ বাগিছাত মাহমৰা কংগ্ৰেছ কমিটিৰ সাংগঠনিক সভা অনুষ্ঠিত হয়। উক্ত সভাত ১৫ জনকৈ বিজেপিৰ সদস্যই কংগ্ৰেছ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে।উক্ত অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক উপস্থিত থাকে ৷