দুৰ্গা পূজাৰ পৱিত্ৰ উপলক্ষে ডিব্ৰুগড়ৰ যুৱ ব্যৱসায়ী তথা সমাজকৰ্মী ৰাজা খানৰ আন্তৰিক শুভেচ্ছা বাৰ্তা।
শাৰদীয় দুৰ্গোৎসৱে প্ৰতিগৰাকী অসমবাসীৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি, সমৃদ্ধি আৰু ভাতৃত্ববোধৰ বতৰা। মা দুৰ্গাৰ আশিসেৰে সকলোৰে জীৱন আনন্দময় হৈ উঠক, সমাজত সম্প্ৰীতি আৰু একতাৰ এনাজৰীডাল অধিক সুদৃঢ় হওক।
সমূহ ৰাইজলৈ শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছে ৰাজা খানে।