শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে শুভেচ্ছা বাৰ্তা
ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰৰ তৰফৰ পৰা সমূহ ৰাইজলৈ শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।
মা দুৰ্গাৰ আশিসে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বতৰা। দুৰ্গোৎসৱৰ এই পৱিত্ৰ ক্ষণত সমাজত সম্প্ৰীতি, ভাতৃত্ববোধ আৰু একতাৰ এনাজৰী অধিক সুদৃঢ় হওক।
সকলোৰে জীৱন আনন্দ আৰু আশাৰে ভৰি পৰক, তাৰেই কামনাৰে সমূহ ৰাইজলৈ শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জনাইছে ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰই।