জৰুৰীকালীন সময়ত ল'বলগীয়া সাৱধানতা সম্পৰ্কে মহানগৰীৰ তিনিটাকৈ স্থানত ম'কড্ৰিলৰ আয়োজন । ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগ,অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হয় ম'কড্ৰিলৰ । মহানগৰীৰ খানাপাৰাস্থিত হেল্থ চিটি হাস্পতাল, বেটকুচিৰ IOCL আৰু হেৰিটেজ উদেষ্ণাত আয়োজন কৰা হয় ম'কড্ৰিল