Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
बिहार
कांग्रेस
बीजेपी
विधायक
Congress
Modi
Delhi
Viral
Crime
Odisha
Rajasthan
अमित_शाह
दिल्ली
Breakingnews
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Cricket
तेजस्वी_यादव
शादी
Crimenews
Kolkata

নগাঁও: নগাৱৰ নতুন বজাৰৰ চাৰিআলীত ভয়ংকৰ পথ দুৰ্ঘটনা,গুৰুতৰ ভাবে আঘাতপ্রাপ্ত তিনিজনক চিকিৎসালয়ত ভৰ্তি

Nagaon, Nagaon | Nov 21, 2025
নগাৱৰ নতুন বজাৰৰ চাৰিআলীত ভয়ংকৰ পথ দুৰ্ঘটনা ।গুৰুতৰ ভাবে আঘাতপ্রাপ্ত তিনিজনক চিকিৎসালয়ত ভৰ্তি ।এখন চাৰিচকীয়া বাহন দ্ৰুত বেগত অহি দুখন মটৰ চাইকেলত খুণ্ডা মাৰি পথৰ কাষত থকা ৰেলিঙত খুণ্ডা মাৰি বাগৰি পৰে চাৰিচকীয়া বাহন খন। দূৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহন খনৰ নম্বৰ 𝐀𝐒01 𝐀𝐌2020 . ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে বাহন খন
নগাঁও: নগাৱৰ নতুন বজাৰৰ চাৰিআলীত ভয়ংকৰ পথ দুৰ্ঘটনা,গুৰুতৰ ভাবে আঘাতপ্রাপ্ত তিনিজনক চিকিৎসালয়ত ভৰ্তি - Nagaon News