Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
पुलिस
Bjp
National
Bihar
बिहार
कांग्रेस
चोरी
बीजेपी
भाजपा
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
दिल्ली
Breakingnews
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Jdu
Uttarakhand
boramummi
ঘনকান্তক এনকাউন্টাৰ,অৱশেষত ৫ গৰাকীৰ জীৱন শেষ কৰা ঘনকান্তক এনকাউন্টাৰ। হাস্পতালত নিথৰ হৈ পৰি থকা ঘনকান্তৰ শেষৰখন ফটো। #ASOM #assam #AxomLive #assamese #CrimeNews #BreakingNews
Nagaon, Nagaon
| Nov 4, 2026
#asom
#assam
#axomlive
#assamese
#crimenews
#breakingnews
MORE NEWS
নগাঁৱত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ নামত একাংশ বিদ্যালয়ে ছাত্ৰ ছাত্ৰীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে । #CrimeNews #BreakingNews #assam #assamese #assamesereels
Nagaon, Nagaon | Nov 4, 2026
বটদ্ৰৱাৰ সোনাইবেৰা গাঁৱত ৰাইজে হাতে লুটে আটক কৰি পঘাৰে বান্ধি উত্তম-মধ্যম দিলে এটা কুখ্যাত গৰু চোৰক । পলায়ন কৰে দুই চোৰ । #AssamNews #CrimeNews #thief #assam #BreakingNews #Assalamualaikum #assamese
Nagaon, Nagaon | Nov 4, 2026
ধিঙৰ বালিকাটিয়া হাফিজীয়া মাদ্ৰাছাৰ চাৰিজন ছাত্ৰ নিৰুদ্দেশ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ উদ্বেগৰ। ছাত্ৰকেইজনৰ সন্ধান বিচাৰি এতিয়া ৰাইজৰ সহায় বিচাৰিছে। কোনো সদাশয় ব্যক্তিয়ে ছাত্ৰকেইজনৰ সন্ধান লাভ কৰিলে বা কোনো তথ্য লাভ কৰিলে তৎক্ষণাৎ ৮৪৭৩০৬৩০৬৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। #assam #assamese #CrimeNews #BreakingNews #thief #AssamNews #assamesereels #artist #photography
Nagaon, Nagaon | Nov 4, 2026
❤️ মাজুলীত এইবাৰ চৰকাৰী আঁচনিৰ মাজতে প্ৰেমৰ নতুন STORY #JusticeForZubeenGarg #AssamNews #Viralreelschallenge #assam #photographychallenge #photos #todaybestphotochallenge #todaybestphoto
Nagaon, Nagaon | Nov 4, 2026
এনকা*উণ্টাৰত নিহত ঘাতক ঘনকান্ত গগৈ জাঁজীৰ ফুলপানীচিগাৰ এনকাউণ্টাৰ হোৱা স্থানত আৰক্ষীৰ উচ্চ পৰ্যায়ৰ দল। যাৱতীয় পৰীক্ষা-নিৰীক্ষা কৰিছে শিৱসাগৰ আৰক্ষীৰ দলে। পুৱতিনিশা এই স্থানতেই আৰক্ষীৰ এনকাউণ্টাৰত শেষ হৈ গ’ল ঘনকান্ত। #assam #BreakingNews
Nagaon, Nagaon | Nov 4, 2026
❤️ মাজুলীত এইবাৰ চৰকাৰী আঁচনিৰ মাজতে প্ৰেমৰ নতুন STORY #JusticeForZubeenGarg #AssamNews #Viralreelschallenge #assam #photographychallenge #photos #todaybestphotochallenge #todaybestphoto
Nagaon, Nagaon | Nov 4, 2026
🚨 মৰিয়নিত যান-বাহন আৰক্ষীৰ গুণ্ডাগিৰিৰ অভিযোগ! ঘৰত সোমাই মহিলা-শিশুক অমানৱীয়ভাৱে প্ৰহাৰ কৰাৰ অভিযোগ! পানী মটৰৰ চুইচক লৈ সৃষ্টি হোৱা সামান্য কন্দলৰ ভয়ংকৰ পৰিণতি। মৰিয়নিৰ গান্ধী নগৰৰ ইমতিয়াজ হুছেইনৰ বাসগৃহত ভাড়াতীয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা কাজিয়াত জঁপিয়াই পৰিল যান-বাহন আৰক্ষী। অভিযোগ অনুসৰি, ৰদেৰে আক্ৰমণ চলাই পুৰুষ-মহিলাৰ লগতে নিষ্পাপ শিশুকো প্ৰহাৰ কৰে আৰক্ষীয়ে। বাদ নপৰিল ঘৰৰ মহিলা আৰু কণমানি শিশুও! আৰক্ষীৰ এই উদ্ভণ্ডালি নে ক্ষমতাৰ অপব্যৱহাৰ? আৰক্ষীৰ এনে কাৰ্যকলাপৰ সম্পূৰ্ণ দৃশ্য বন্দী হ'ল কেমেৰাত। ভাইৰেল হৈছে ঘটনাৰ দৃশ্য। এতিয়া প্ৰশ্ন উত্থাপন হৈছে—আইন ৰক্ষাৰ দায়িত্বত থকা আৰক্ষীয়ে যদি আইন হাতত তুলি লয়, তেন্তে সাধাৰণ জনতাই ন্যায় বিচাৰিব ক'ত? 🔴 ঘটনাৰ উচিত তদন্ত আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ দাবী। #Mariani #AssamPolice #BreakingNews #MarianiNews #AssamNews #PoliceBrutality #CrimeNews #AssamLive #FacebookNews #TrendingAssam
Nagaon, Nagaon | Nov 4, 2026
🚨 দেশ ৰক্ষাৰ দায়িত্বত নিয়োজিত BSF জোৱানক আক্ৰমণ! 📌 ত্ৰিপুৰাৰ কলমচৌৰা থানাৰ অন্তৰ্গত আশাবাৰী এলেকাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। 📌 কৰ্তব্যৰত সীমান্ত সুৰক্ষা বাহিনীৰ (BSF) জোৱানক আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। 📌 ঘটনাৰ সৈতে জড়িত অভিযুক্তসকলক বিচাৰি আৰক্ষীৰ তীব্ৰ অভিযান। 📌 ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ৫জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 👉 দেশৰ সীমান্ত সুৰক্ষাৰ দায়িত্বত নিয়োজিত জোৱানৰ ওপৰত এনে আক্ৰমণ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। দোষীৰ কঠোৰ শাস্তিৰ দাবী উত্থাপন হৈছে। #BSF #Tripura #Ashabari #Kalmchoura #BSFJawans #AssamNews #BreakingNews #IndiaNews #BakaliaghatNews #Dispur #Diphu #KarbiAnglong #Nagaon #Guwahati #JusticeForZubeenGarg
Nagaon, Nagaon | Nov 3, 2026