Public App Logo
“কংগ্ৰেছে ইতিমধ্যে বিষয়টো স্পষ্ট কৰিছে। ইয়াৰ সৈতে অভ্যস্ত হ’বলৈ আমাৰ কিছু সময় লাগিব—আমিও নিজকে মিলাই লৈ আছোঁ।” — জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা ‘বন্দে মাতৰম’ বিতৰ্কৰ সন্দৰ্ভত কংগ্ৰেছৰ স্থিতিৰ প্ৰতিক্ৰিয়াত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। #NewzNow #OmarAbdullah #VandeMataram #Congress #JammuKashmir #IndianPolitics #PoliticalStatement #IndiaNews - Assam News