হামিদাবাদ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন ২০২৬–২৭ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত ৭ গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈ নিৰ্বাচিত হৈছে। বিজয়ী প্ৰাৰ্থীসকল— ১. মৰমী খাতুন — সহকাৰী সাধাৰণ সম্পাদক ২. ছাদ্দাদ হুছেইন — সাংস্কৃতিক সম্পাদক ৩. মফিজুৰ ৰহমান — বিতৰ্ক সম্পাদক ৪. মঞ্জুৱাৰা ইয়াছমিন — মেজৰ গেমছ (আউটড’ৰ) সম্পাদক ৫. নাৰ্জিনা খাতুন — মাইনৰ গেমছ (ইনড’ৰ) সম্পাদক ৬. ৰুকছানা খাতুন — ছাত্ৰী কমন ৰূম সম্পাদক ৭. কাবেল উদ্দিন — সামাজিক সেৱা সম্পাদক (ল’ৰা)