Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews

ওদালগুৰি: চহৰৰ মাজমজিয়াত জনজাতিকৰণৰ বিৰুদ্ধে বিভিন্ন জনজাতীয় দল সংগঠনে প্ৰতিবাদী ৰেলী উলিয়ায়

Udalguri, Udalguri | Nov 27, 2025
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত বিধানসভাৰ অধিৱেশনত আলোচনা হোৱাত জাঙুৰ খাই উঠিছে বিভিন্ন জনজাতীয় দল সংগঠন। সেয়ে আজি সন্ধিয়া ওদালগুৰি চহৰৰ মাজমজিয়াত ট্ৰাইবেল সংঘ, এবচু,আৰছু,বড়ো সাহিত্য সভা, আদি জনজাতীয় দল সংগঠনে প্ৰতিবাদী ৰেলী উলিয়ায়। ইপিনে প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হাই হাই, জনজাতিকৰণৰ ৰাজনীতি নচলিব, আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

MORE NEWS

ওদালগুৰি: চহৰৰ মাজমজিয়াত জনজাতিকৰণৰ বিৰুদ্ধে বিভিন্ন জনজাতীয় দল সংগঠনে প্ৰতিবাদী ৰেলী উলিয়ায় - Udalguri News