পৰিৱেশ সংৰক্ষণ আৰু জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণৰ লক্ষ্যৰে ‘এক পেড় মা কে নাম’ শীৰ্ষক কাৰ্যসূচীৰ অধীনত অসম–অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলৰ জাগুনস্থিত হাসাকৰ পাংচুং গাঁৱত ২০ অসম ৰাইফলছৰ উদ্যোগত বৃক্ষৰোপণ অভিযান। ছাত্ৰ-ছাত্ৰী, স্থানীয় বাসিন্দা, অসামৰিক প্ৰশাসনৰ বিষয়া তথা অসম ৰাইফলছৰ জোৱানসকলৰ এই কাৰ্যসূচীত অংশগ্ৰহণ।
Assam, India | Sep 12, 2026