Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews

ওদালগুৰি: ডিমাকুচিত বাল্য বিবাহ ৰোধ কৰাৰ বাবে চাত্ৰা সংগঠনে ৰূপায়ণ প্ৰতিবাদী কাৰ্যসূচী

Udalguri, Udalguri | Nov 28, 2025
ওদালগুৰি জিলাৰ ডিমাকুচিত জিলা খনৰ অগ্ৰনী অনুষ্ঠান চাত্ৰা সংগঠনৰ উদ্যোগত বাল্য বিবাহ ৰোধ কৰাৰ বাবে এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়। বাল্য বিবাহ ৰোধ কৰাৰ প্ৰতিবাদ স্থলীত শপত বাক্য পাঠ কৰা হয়। আনহাতে উক্ত প্ৰতিবাদী কাৰ্যসূচীত টংলা চাহ মজদুৰ সংঘৰ সভাপতি/ সম্পাদকৰ লগতে আছা কৰ্মী আৰু, অংগনাবাদী কৰ্মী - সহায়িকা লগতে অঞ্চলৰ ৰাইজ উপস্থিত থাকে।

MORE NEWS