টংলাৰ ভাসু বড়োৰ কৃতিত্ব
___________________
ওদালগুৰি জিলাৰ অন্যতম শৈক্ষিক নগৰী টংলাৰ প্ৰতিভাৱান যুৱক ভাসু বড়োয়ে ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত অনুষ্ঠিত Elocution Competition ৰ জোন ৫ ত অনুষ্ঠিত Youths Ambition and the agenda of anarchy শীৰ্ষক বিষয়ত অংশগ্ৰহণ কৰি তৃতীয় স্থান লাভ কৰি সমগ্ৰ ওদালগুৰি জিলাৰ লগতে টংলা অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাত টংলা বিধানসভা সমষ্টিৰ বিধায়ক বিকন চন্দ্ৰ ডেকাই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে৷
Assam, India | Nov 21, 2026