Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
Uttarpradesh

"আমাৰ সকলো দাবী পূৰণ হ'ল। সেয়ে আন্দোলন স্থগিত ৰখা হ'ল। কিন্তু JPSC-JSSCৰ সংস্কাৰৰ বাবে আমি যুঁজি যাম। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী, ৰাহুল গান্ধীক আমি ধন্যবাদ জনাইছোঁ।" ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে JSSC-CGLপৰীক্ষা বাতিলৰ কথা ঘোষণা কৰাৰ পাছত ছাত্ৰ আন্দোলনৰ নেতৃত্ব দিয়া তথা অনশনত থকা দেৱেন্দ্ৰনাথ মাহাতোৰ মন্তব্য।

Assam, India | Aug 18, 2026