নগাঁও: কাৰ্য্যালয় চৌহদৰ কদৰ্য ৰূপ দেখি জিলা আয়ুক্ত কাৰ্যালয়ত ক্ষুণ্ণ জিলা আয়ুক্ত দেৱশীষ শৰ্মা
Nagaon, Nagaon | Jul 31, 2025 পুৱাই পৌৰসভাৰ কাৰ্যবাহী বিষয়াক লগত লৈ জিলা আয়ুক্ত কাৰ্য্যালয় চৌহদৰ অৱস্থাৰ বুজ ললে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। জিলা আয়ুক্ত কাৰ্য্যালয় চৌহদ স্বচ্ছ কৰি ৰখাৰ নিৰ্দেশ জিলা আয়ুক্তৰ। জিলা আয়ুক্ত কাৰ্য্যালয়ক নতুন ৰূপত সজাই তোলাৰ বাবে তৎপৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা।