Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

নলবাৰী: হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত নলবাৰীৰ চামতাৰ কুলবিল ঘাটত লাচিত দিৱস উদযাপন ,সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ

Nalbari, Nalbari | Nov 24, 2025
হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে জন্ম লগ্নৰে পৰাই লাচিত দিৱস উদযাপন কৰি আহিছে । বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষটো হিন্দু যুৱ ছাত্ৰ পৰিষদে নলবাৰী জিলাৰ চামতাৰ কুলবিল ঘাট শিবালয়ত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰে লাচিত দিৱস । আজি সোমবাৰে দ্বিতীয় দিনা কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ আৰু বন্তি প্রজলন কৰা হয় ।দুপৰীয়া প্ৰায় ২ বজাত লাচিত দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰেৰে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে ।

MORE NEWS