Public App Logo
Profile Picture

Jerina R HaZarika

@jerina7
12064Followers
1Following
তিনিচুকীয়া: বেবেজীয়া এন.চিলৈ যোৱা পথচোৱাৰ আধাৰশিলা স্থাপন কৰে বিধায়ক সুৰেন ফুকনে
তিনিচুকীয়া: যজ্ঞোখোৱাত অসমীয়া যুৱ মঞ্চৰ উদ্যোগত জুবিন গাৰ্গ সোঁৱৰণী ১৭ বছৰ অনুৰ্ধ্ব ফুটবল প্ৰতিযোগিতাৰ প্ৰস্তুতি
তিনিচুকীয়া: জাগুনত ৰূপালী জয়ন্তীৰ লক্ষ্মী পূজাৰ লাই খুঁটা স্থাপন বিধায়ক ভাস্কৰ শৰ্মাৰ
তিনিচুকীয়া: গোপনাৰীত স্থানীয় যুৱক-যুৱতীৰ কৰ্মসংস্থাপনৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বঙালী বালিজান প্ৰাথমিক গোটৰ প্ৰতিবাদ
তিনিচুকীয়া: মাৰ্ঘেৰিটাত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী বাঘ, ৰাইজৰ মাজত সকাহ
তিনিচুকীয়া: মাকুমত ‘সেৱা সংকল্প অভিযান’  শিবিৰ,
শিবিৰত একেটা স্থানতে ৰাইজৰ বাবে মুকলি কৰা হৈছে বিভিন্ন চৰকাৰী আঁচনি আৰু সেৱাৰ সুবিধা
তিনিচুকীয়া: বুঢ়ীদিহিঙৰ ন-গাঁও তিনিআলিত লিটং মৰাণ কলা-সংস্কৃতি সংঘৰ আন্তঃগাঁথনি উন্নয়নৰ আশ্বাস বিধায়ক সুৰেন ফুকনৰ
তিনিচুকীয়া: মাকুম কেন্দ্ৰীয় কৰম সন্মিলনৰ আধ্যাত্মিক নিয়মেৰে কৰম দেৱতাৰ পূজা
তিনিচুকীয়া: গান্ধী জন্মজয়ন্তীত আৱৰ্ত ভৱনত বাপুজীৰ প্ৰতিমূৰ্তিত সশ্ৰদ্ধ বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পন জিলা আয়ুক্তৰ
তিনিচুকীয়া: সেৱা সংকল্প অভিযান উপলক্ষে মাকুম সমজিলাৰ উদযাপন সমিতিৰ উদ্যোগত মাকুম উন্নয়ন খণ্ডৰ সভাগৃহত কুইজ প্ৰতিযোগিতা
তিনিচুকীয়া: মাকুমত প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি এক সভা অনুষ্ঠিত
তিনিচুকীয়া: সদৰত ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ স্বৰ্ণ জয়ন্তী সামৰণি সমাৰোহৰ আয়োজনৰ উদ্দেশ্যেৰে সংবাদমেল ,
তিনিচুকীয়া: সদৰ পৌৰসভাত কৰ্মবিৰতিৰ মাজতে বিকল্প কৰ্মচাৰীৰে কাম চলোৱাৰ অভিযোগ
তিনিচুকীয়া: ২৫খন কৰম পতাকা উত্তোলনেৰে মাকুমত ৰূপালী জয়ন্তীৰ কৰম উৎসৱৰ শুভাৰম্ভ
তিনিচুকীয়া: ডুমডুমা চুক্ৰিটিং ৬ নং লাইনত আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন বিধায়ক ৰূপেশ গোৱালাৰ
তিনিচুকীয়া: গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি ডিগবৈ ৰোডত বিধায়ক সঞ্জয় কিষাণৰ উপস্থিতিত গছপুলি ৰোপণ
তিনিচুকীয়া: শদিয়া সম-জিলাত সেৱা সংকল্প শিবিৰ ,উপস্থিত জিলা আয়ুক্ত সুমিত সাত্তাৱান
তিনিচুকীয়া: লিডুৰ ঝৰ্ণা বস্তীৰ মাটি ফাট মেলাৰ  অভিযোগৰ মাজতে ঘটনাস্থলীত বিধায়ক ভাস্কৰ শৰ্মা
তিনিচুকীয়া: জাগুন দৈনিক বজাৰৰ নিবিদাক লৈ বিতৰ্ক, সদৰত জিলা পৰিষদৰ বিৰুদ্ধে প্ৰতিবাদ
তিনিচুকীয়া: বৰহাপজানৰ সু-প্ৰভাত ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটত দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰশিক্ষণ
তিনিচুকীয়া: মাকুমত আন্তঃৰাষ্ট্ৰীয় বয়োজ্যেষ্ঠ দিৱস উপলক্ষে বিনামূলীয়া স্বাস্থ্য শিবিৰ
তিনিচুকীয়া: লিডুত ভয়ংকৰ পথ দুৰ্ঘটনা, তিনিজন আৰোহী গুৰুতৰভাৱে আহত
তিনিচুকীয়া: মাকুম পৌৰসভাৰ উদ্যোগত  ‘এক দিন, এক ঘণ্টা’ বিশেষ স্বচ্ছতা অভিযান,উপস্থিত বিধায়ক সঞ্জয় কিষান
তিনিচুকীয়া: সদৰ পৌৰসভাত নিশা উত্তপ্ত পৰিস্থিতি - চাফাই কৰ্মীৰ প্ৰতিবাদ
তিনিচুকীয়া: জিলা পৰিবহন বিভাগৰ উদ্যোগত সদৰত Speed Limiting Device – SLD নথকা বাহনৰ বিৰুদ্ধে এক বিশেষ অভিযান