মাহমৰা: শলমাৰীত অনুষ্ঠিত বিজেপিৰ সাংগঠনিক সভাত অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে
আজি মাহমৰা সমষ্টিৰ অন্তৰ্গত সৰ্বোদয় পঞ্চায়ত আৰু মৰাণ টাউন শক্তি কেন্দ্ৰ পৰ্যায়ৰ সাংগঠনিক সভাত অংশগ্ৰহণ কৰোঁ । উক্ত সভাত জিলা সভাপতি লক্ষীনাথ তাছা, মৰাণ পৌৰসভাৰ পৌৰপতি, দেউৰী স্বায়িত্ব পৰিষদৰ অধ্যক্ষ, অসম ৰাজ্যিক মহিলা মৰ্চাৰ সদস্যা অলি মহন তথা অগপ জিলা সভাপতি, মণ্ডল সভাপতি, শক্তি কেন্দ্ৰ আহবায়ক সহিতে দলীয় কাৰ্যকর্তা উপস্থিত আছিল ।