Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
North_delhi
West_delhi
Notoadulteration
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Educationforall
Capacitybuilding
Worldwaterday
Railsafety
Chaitranavratri
���ंतर्राष्ट्रीय_वन_दिवस
Bipinrawat
Cds
No video available

মাহমৰা: মৰাণহাটত ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে

Mahmora, Charaideo | Mar 25, 2024
চৰাইদেউ জিলাৰ মৰাণহাট জ্যোতিপুৰত অৱস্থিত নিজা বাসগৃহ কাৰ্যালয়ৰ পৰা আজি মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে অসমবাসীলৈ ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ হোলীৰ ৰঙে প্ৰতিজন লোকৰ জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ আশা ব্যক্ত কৰে মন্ত্ৰীজনে ৷ নিৰ্বাচনী ধামখুমীয়াৰ মাজতে নিজৰ ধৰ্ম-সংস্কৃতি ৰক্ষা কৰি হোলী উদযাপন কৰিবলৈ ৰাইজলৈ আহ্বান জনাই যোগেন মহনে ৷

MORE NEWS