Public App Logo
Jansamasya
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
Rahul
No video available

মাহমৰা: মাহমৰাৰ উদয়পুৰ পঞ্চায়তত দলীয় সাংগাঠনিক সভা আৰু যোগদান সভাত উপস্থিত থাকে কেবিনেট মন্ত্ৰী যোগেন মহন

Mahmora, Charaideo | Mar 24, 2024
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ উদয়পুৰ পঞ্চায়তত আজি বিজেপি দলৰ শক্তিকেন্দ্ৰ পৰ্যায়ৰ সাংগাঠনিক সভা আৰু যোগদান সভা অনুষ্ঠিত হয় ৷ মাহমৰা গ্ৰাম্য মণ্ডল বিজেপিৰ সভাপতি হৰেন গগৈৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, চৰাইদেউ জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজন্ত বৰুৱা, সম্পাদক কুশল দত্ত, মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্তৰ লগতে বহুসংখ্যক দলীয় বিষয়ববীয়া উপস্থিত থাকে ৷

MORE NEWS