"এইখন চৰকাৰৰ ওচৰত মানুহৰ জীৱনৰ মূল্য নাই।" কাজিৰঙাৰ ৰঙাজানত দু*ৰ্ঘ*টনাত নি*হ*তৰ পৰিয়ালক সাক্ষাতৰ লগতে দু*ৰ্ঘ*টনাস্থলী পৰিদৰ্শন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য।