Public App Logo
Jansamasya
News
पुलिस
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana
Lucknow

সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আৰু সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্তৰ বাবে প্ৰেৰণ কৰিছে খাদ্য সামগ্ৰী #everyonefollowers #highlightseveryone #highlight #followerseveryone #flood

Sibsagar, Sivasagar | Jul 24, 2026

MORE NEWS

▶️ বানপীড়িত অঞ্চলসমূহত ভাৰতীয় সেনাৰ ৰেড শ্বিল্ড ডিভিজনৰ জোৱানসকলৰ 'অপাৰেশ্যন জল ৰাহত'ৰ জৰিয়তে উদ্ধাৰ আৰু সাহায্য কাৰ্য। সামাজিক মাধ্যমযোগে 'অপাৰেশ্যন জল ৰাহত'ৰ সন্দৰ্ভত জনালে মুখ্যমন্ত্ৰীয়ে।

▶️ বানপীড়িত অঞ্চলসমূহত ভাৰতীয় সেনাৰ ৰেড শ্বিল্ড ডিভিজনৰ জোৱানসকলৰ 'অপাৰেশ্যন জল ৰাহত'ৰ জৰিয়তে উদ্ধাৰ আৰু সাহায্য কাৰ্য। সামাজিক মাধ্যমযোগে 'অপাৰেশ্যন জল ৰাহত'ৰ সন্দৰ্ভত জনালে মুখ্যমন্ত্ৰীয়ে।

Sibsagar, Sivasagar | Jul 25, 2026

শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত একেলগে বিধায়ক বদৰুদ্দিন আজমল আৰু শৃংখল চলিহা
 বানাক্ৰান্তক সাহায্য বিতৰণত বিধায়ক বদৰুদ্দিন আজমলক সহায় শৃংখল চলিহাৰ
  শৃংখল চলিহাক কৃতজ্ঞতা জ্ঞাপন বদৰুদ্দিন আজমলৰ

শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত একেলগে বিধায়ক বদৰুদ্দিন আজমল আৰু শৃংখল চলিহা বানাক্ৰান্তক সাহায্য বিতৰণত বিধায়ক বদৰুদ্দিন আজমলক সহায় শৃংখল চলিহাৰ শৃংখল চলিহাক কৃতজ্ঞতা জ্ঞাপন বদৰুদ্দিন আজমলৰ

Sibsagar, Sivasagar | Jul 24, 2026

মৌলানা বদৰুদ্দিন আজমলৰ মহানুভৱতা, শিৱসাগৰত বানাক্ৰান্তৰ মাজত থিয় দি নিজ হাতেৰে দিছে উন্নত মানৰ সামগ্ৰীৰে খাদ্যৰ টোপোলা দিছে বানাক্ৰান্ত সকলক

প্ৰথম অৱস্থাত সাত হাজাৰ মানুহৰ মাজত বিতৰণ কৰিব 

প্ৰয়োজন হ'লে আৰু সহায়ৰ হাত আগবঢ়ায় যাব 

কোটি টকাৰ অনুদান বানাক্ৰান্তৰ বাবে বিধায়ক বদৰুদ্দিন আজমলৰ 
#everyonefollowers #highlightseveryone #highlight 
#AjmalFoundation #assamese

মৌলানা বদৰুদ্দিন আজমলৰ মহানুভৱতা, শিৱসাগৰত বানাক্ৰান্তৰ মাজত থিয় দি নিজ হাতেৰে দিছে উন্নত মানৰ সামগ্ৰীৰে খাদ্যৰ টোপোলা দিছে বানাক্ৰান্ত সকলক প্ৰথম অৱস্থাত সাত হাজাৰ মানুহৰ মাজত বিতৰণ কৰিব প্ৰয়োজন হ'লে আৰু সহায়ৰ হাত আগবঢ়ায় যাব কোটি টকাৰ অনুদান বানাক্ৰান্তৰ বাবে বিধায়ক বদৰুদ্দিন আজমলৰ #everyonefollowers #highlightseveryone #highlight #AjmalFoundation #assamese

Sibsagar, Sivasagar | Jul 23, 2026