♦️বহিঃৰাজ্যত পুনৰ সন্ধানহীন অসমৰ যুৱক।
♦️চফ্ৰাইৰ ছুম নায়কৰ ৰহস্যজনক নিৰুদ্দেশ।
♦️তামিলনাডুলৈ কাম কৰিবলৈ গৈ ৰেলৱে ষ্টেচনৰ পৰা নিৰুদ্দেশ চৰাইদেউৰ যুৱক।
♦️গোদুৰ ৰেলৱে ষ্টেচনৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন চফ্ৰাইৰ ৩২ বছৰীয়া ছুম নায়ক।
♦️কৰ্মসংস্থানৰ বাবে গৈ তামিলনাডুত সন্ধানহীন চৰাইদেউৰ যুৱক: চিন্তাত ভাঙি পৰিছে পৰিয়াল
♦️ৰেলৰ পৰা নামিয়েই নিৰুদ্দেশ চফ্ৰাইৰ ছুম নায়ক: সন্ধান পালে 9025721294 / 9394395946 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ।