উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দন দেৱ গোস্বামীৰ মহান পদক্ষেপ। বান বিধস্ত ৰাইজৰ কাষত পুনৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দন দেৱ গোস্বামী।
মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ উদ্যোগত আৰু উত্তৰ পূব শিশু বিকাশ কেন্দ্ৰ,প্ৰেমাঞ্জলি ফাউণ্ডেচনৰ সহযোগত বিশেষ পদক্ষেপ----