Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Nsui
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh

ৰঙিয়া ভাগ: বোৰ্কা সাতগাওঁ গাওঁ পঞ্চায়তৰ যোগেশ ডেকাৰ বাসগৃহত উপস্থিত ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা

Rangia Part, Kamrup | Jul 6, 2025
বোৰ্কা সাতগাওঁ গাওঁ পঞ্চায়তৰ যোগেশ ডেকাৰ বাসগৃহত উপস্থিত ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা । আজি বিধায়ক গৰাকী উপস্থিত হয় বোৰ্কা সাতগাঁৱত । বোৰ্কা সাতগাওঁ ৰ বাসিন্দা যোগেশ ডেকাৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ পুজনীয় মাতৃ ঁ বিলাতী ডেকাৰ মৃত্যুৰ খবৰ লয়। লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে বিধায়ক গৰাকীয়ে।উপস্থিত থাকে বিজেপিৰ একাংশ কৰ্মকৰ্তা।

MORE NEWS