সোণাৰি: ডিপলিং নতুন লাইন, খামন গাঁও, তেলী লাইন আদি অঞ্চলত অবৈধ সুৰা বিৰোধী অভিযানত ৩৬০ লিটাৰ চুলাইৰ পাছ নষ্ট জিলা আবকাৰী বিভাগৰ
চৰাইদেউ জিলা আবকাৰী বিভাগ আৰু কাকতিবাৰী আৰক্ষীৰ সহযোগত ডিপলিং নতুন লাইন,খামন গাওঁ,তেলী লাইন, চেঙেলীমৰা আদি অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান ৷অভিযান কালত চৰাইদেউ জিলা আবকাৰী বিভাগে চুলাই মদৰ পাছ ৩৬০ লিটাৰ আৰু অবৈধ সুৰা প্ৰস্তুতকাৰী সকলৰ বিৰুদ্ধে ৪ টাকৈ গোচৰ ৰুজো কৰে জিলা আবকাৰী বিভাগে ৷