⭕"ৰাজ্যত মাত্ৰ বাৰ টা ৰেল ষ্টেচনত সাৰ নমোৱা হয়"
⭕"দূৰত্বৰ বাবে সাৰৰ দামৰ তাৰতম্য হয়"
⭕ "অতি কমেও বিশ-পচিশটা ষ্টেচনত সাৰ নমোৱাৰ বাবে ব্যৱস্থা গ্ৰহণৰ চেষ্টা কৰিআছোঁ"
⭕"কৃষকসকলৰ পঞ্জীয়ন ছিৰিয়াছলি কৰিব লাগিব"
⭕"নিয়ম মানি চৰকাৰী ভূমিত খেতি কৰিলেওঁ কৃষকে পঞ্জীয়ন কৰিব পাৰিব"
⭕"কৃষকে পঞ্জীয়ন কৰিবই লাগিব"
⭕"পঞ্জীয়ন নকৰিলে সাৰ নাপাব"
⭕"একচনীয়া মাটিত খেতি কৰিলেও পঞ্জীয়ন কৰিব পাৰিব"
⭕নলবাৰীত পৰহিলৈ মুকলি হ'ব লগা পেপচিকো কোম্পানীৰ সৈতে কৃষকক সম্পৰ্কিত কৰি আলু খেতি কৰা সন্দৰ্ভত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি কৃষি মন্ত্ৰী পিযুষ হাজৰিকাৰ এই মন্তব্য।
⭕অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে কৃষি বিভাগৰ কেইবাগৰাকী উচ্চ পদস্থ বিষয়াৰ লগতে বিধায়ক নাৰায়ণ ডেকা আৰু জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী।