Public App Logo
কিডনী ৰোগত ভুগি থকা ৰোগী সকলৰ বাবে ভাল খবৰ , লখিমপুৰৰ নকাড়ীৰ অভনীশ হস্পিতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰত প্ৰথম বাৰৰ বাবে উপলব্ধ হল অত্যাধুনিক Haemodialysis মেচিন। কিডনী ৰোগত ভুগি থকা ৰোগী সকলে যোগাযোগ কৰক 8876174525 অথবা 9863426286 এই নম্বৰত। - North Lakhimpur News