Public App Logo
Profile Picture

NL Live

@musfikabegum
23Followers
0Following
লখিমপুৰ জিলাৰ ২ নং পুথিমাৰীৰ ২১ বছৰীয়া পুত্ৰৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিধায়ক মানৱ ডেকা আৰু বিধায়ক ঋষিৰাজ হাজৰিকালৈ সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ দুৰ্ভগীয়া দৰিদ্ৰ পিতৃ মাতৃৰ ।
লখিমপুৰৰ পশ্চিম চান্দমাৰীস্থিত উদয়ণ ইংৰাজী আৰু আৰবী মাদ্ৰাছাত NEET উত্তীৰ্ণ আৰু PHD প্ৰাৰ্থী ছাত্ৰৰ সম্বৰ্ধনা অনুষ্ঠান.....
হাতিলুং স্থিত সোৱনশিৰি bajaj ডিলাৰত মুকলি হ'ল দুখন কৈ বাইক ।
মাত্ৰ ৩৯৯ টকাত নাম ভৰ্তি কৰি তিনিমহীয়া কম্পিউটাৰ  শিক্ষা গ্ৰহণৰ সুযোগ ।
লগতে আছে আকৰ্ষণী পুৰস্কাৰৰ লাভৰ সুবিধা ।
এই সুযোগ আগবঢ়াইছে NBCE য়ে ।
আজাদত মুকলি হোৱাৰ NBCE ৰ যোগাযোগ নম্বৰ হৈছে 9854117712/6002029298,
১০ মিনিটৰ ভিতৰত বগীনদীত লাভ কৰিব এতিয়া 
জন্মদিন , বিবাহ বাৰ্ষিকীৰ বিভিন্ন বিধৰ কেক,
বগীনদীৰ চেভেন হেভেন টি এম ব্যৱসায়িক প্ৰতিষ্ঠানত উপলদ্ধ হ'ল জন্মদিন,বিবাহ বাৰ্ষিকী কেক,
তাৰোপৰিও নিত্যব্যৱহাৰ্য সকলো ধৰণৰ সামগ্ৰী ৫ ৰ পৰা ৫০ শতাংশ প্রর্য্যন্ত ৰেহাই মূল্যত উপলব্ধ বগীনদীৰ এই চেভেন হেভেনত ।
চেভেন হেভেন ৰ যোগাযোগ নম্বৰ হৈছে 8812055808 ,
ফাইবাৰেৰে নিৰ্মিত, সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য,
মাত্ৰ 16.3 শ গ্ৰাম ওজনৰ HP navaya চিলিণ্ডাৰ
খেলমাটিতস্থিত এম/এছ জগন্নাথ এইচ পি গেছ এজেঞ্চিত উপলদ্ধ ।
সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা)ৰ ৩১ জনীয়া শক্তিশালী নাওবৈচা আঞ্চলিক সমিতিৰ গঠন ।
লখিমপুৰৰ নাওবৈচা স্থিত বিশ্বনাথ অশোক অ'টোত সংঘটিত ঘটনা সন্দৰ্ভত মন্তব্য মেনেজাৰ পৰেশ নাথৰ লগতে ৱৰ্কশ্বপৰ কৰ্মচাৰী মাধূৰ্য্য হাজৰিকাৰ ।
নাজিৰাৰ হোলাং কটনীত অৰুণাচল প্ৰদেশৰ এদল যুৱক-যুৱতীৰ বান সাহায্য।
লখিমপুৰৰ জহিং চাহ বাগিছাত উৎসাহ-উদ্দীপনাৰে আৰম্ভ হৈছে স্বৰ্গীয় মধুসূদন খণ্ডাইত সোঁৱৰণী ৪ৰ্থ বাৰ্ষিক আন্তঃবাগিছা চলন্ত ফুটবল প্ৰতিযোগিতা।
মাত্ৰ ১৮ মিনিট চাৰ্জ দিয়ক আৰু চলাওক ২৬৩  কিলোমিটাৰ ।
লখিমপুৰৰ সোৱণশিৰি টাটা মটৰছত উপলব্ধ এখন বিশেষ বাহন।
যত পাব আপুনি ৫৪০ ডিগ্ৰী কেমেৰাৰ লগতে তিনিখন কৈ Displayৰ সুবিধা।
লখিমপুৰৰ লীলাবাৰীত পথ মেৰামতিক লৈ প্ৰতিবাদ সাব্যস্ত একাংশ মহিলা সমাজৰ .....
জন্মদিন,বিবাহ বাৰ্ষিকী উদযাপনৰ বাবে সামগ্ৰী তথা ঠাই বিচাৰি এতিয়া হাবাথুৰি খাব নালাগে ,
লীলাবাৰী বালিজানৰ চতকপুৰত মুকলি হ'ল N R Foodness  নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান ।
N R Foodness ৰ যোগাযোগ নম্বৰ হৈছে 986431429 /9387644103 ,
নিচা মুক্ত আৰু বিকশিত ভাৰত গঢ়াৰ লক্ষ্যৰে লখিমপুৰত অনুষ্ঠিত হয় যুৱ তৰ্ক প্ৰতিযোগিতা।
লীলাবাৰী বালিজানৰ চতকপুৰত মুকলি হ'ল  N R Foodness  নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান ।
N R Foodness ৰ যোগাযোগ নম্বৰ হৈছে 986431429 /9387644103 ,
লখিমপুৰত দিন দুপৰতে বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস।
লখিমপুৰত গঠন হ'ল ৰঙানদী ইউনাইটেড ফাউণ্ডেশ্যন নামেৰে NGO,
লখিমপুৰৰ এম. এইচ. হাজৰিকা বণ্ডেড ওৱেৰ হাউচৰ স্বত্বাধীকাৰী মতিবুল হুছেইন হাজৰিকাৰ মহানুভৱতা,
শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপীড়িত ৰাইজলৈ  বান সাহাৰ্য্য ।
লখিমপুৰৰ লীলাবাৰী বালিজান মৰিয়া গাঁৱত ১২ বছৰীয়া কিশোৰক লৈ নামি আহিছে অমানিশা এটা
 দৰিদ্ৰ পৰিয়ালৰ মাজত ।
লখিমপুৰত ৩ আগষ্ট লৈকে চাব পাৰিব সাগৰীয়, মাছ, কাছ আৰু জলপৰী,  চুকুলীভৰীয়া খেলপথাৰত চলি থকা sea world carnival 3 আগষ্ট লৈকে অব্যাহত ৰখাৰ সিদ্ধান্ত আয়োজকৰ।
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু লক্ষীমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ১৫ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা সামৰণি পৰে।
ৰঙানদী বিধানসভা সমষ্টিৰ ভিত্তিত কৰ্মশালাৰ আয়োজন কৰে আকাংক্ষা সাংস্কৃতিক কলা কেন্দ্ৰ, উত্তৰ লক্ষীমপুৰে।
লখিমপুৰৰ লীলাবাৰী চান্দমাৰীৰ ষ্টোডিয়ামৰ সন্মুখৰ পৰা বাইক চুৰিৰ ঘটনা, ঘটনা সন্দৰ্ভত লীলাবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল।
লখিমপুৰৰ চুকুলীভৰীয়াত নতুনকৈ মুকলি হ'ব লগা the rainbow school ৰ বিশেষ পদক্ষেপ ।
নতুন ই-ৰিক্সা ক্ৰয় কৰিব বিচৰা সকলৰ বাবে ভাল খবৰ,
ৰাষ্ট্ৰীয় ঘাইপথত চলাব পৰাকৈ পাৰ্মিট থকা আৰ্জু EV LMV three wheeler বাহন উপলব্ধ এতিয়া বগীনদীত।
বগীনদীৰ ভূঞা কমপ্লেক্সত মুকলি হোৱা মিহান এন্টাৰপ্ৰাইজ ডিলাৰত উপলব্ধ এই EV LMV three wheeler , 
মিহান এন্টাৰপ্ৰাইজ ডিলাৰৰ যোগাযোগ নম্বৰ হৈছে 8453862713,6002050346 ,
লখিমপুৰ জিলাৰ জহিং চাহ বাগিছাৰ শ্ৰমিক ৰাইজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত বানাক্ৰান্ত পৰিয়ালবৰ্গলৈ খাদ্য সামগ্রী ।
দেওবাৰে শিৱসাগৰ, চৰাইদেউ আৰু নাজিৰাত বানাক্ৰান্ত ৰাইজৰ মাজত প্ৰদান কৰিব এই খাদ্য সামগ্ৰী ।