Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket

জলহ ভাগ: মৈৰামাৰা আদম বজাৰত স্থানীয় ৰাইজৰ বিশেষ তৎপৰতাত বজাত এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে

Jalah Part, Baksa | Oct 4, 2025
মৈৰামাৰা আদম বজাৰত স্থানীয় ৰাইজৰ বিশেষ তৎপৰতাত এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ১০ টাকৈ প্লাষ্টিক কন্টেইনাৰ ভৰ্তি ড্ৰাগছ উদ্ধাৰ কৰে। ড্ৰাগছ সৰবৰাহকাৰী জন হাতীজানা গাঁৱৰ ওমৰ আলী বুলি জানিব পৰা গৈছে। ৰাইজৰ হাতত কৰায়ত্ব হোৱা ড্ৰাগছ সৰবৰাহকাৰীক ইতিমধ্যে আৰক্ষীক চমজাই দিয়া হৈছে।