জলহ ভাগ: এমছিএলএ বেগম আখতাৰা আহমেদক ইএম হিচাপে শপত গ্ৰহণ
এমছিএলএ বেগম আখতাৰা আহমেদক ইএম হিচাপে শপত গ্ৰহণ। আজি ২০ নং মথনগুৰী পৰষদীয় সমষ্টিৰ এমছিএলএ বেগম আখতাৰা আহমেদক ইএম হিচাপে নিযুক্তি প্ৰদান কৰা পিছতেই আজি শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত হৈ ইএম হিচাপে শপতগ্ৰহণ কৰে।