Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

জলহ ভাগ: তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ অন্তৰ্গত মুকুণ্ডপুৰ-কাড়িপাৰা বাসী ৰাইজ মৰমৰ শিল্পী হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গৰ সমাধিস্থলীত যাত্ৰা

Jalah Part, Baksa | Oct 14, 2025
তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ অন্তৰ্গত মুকুণ্ডপুৰ-কাড়িপাৰা বাসী ৰাইজ আজি মৰমৰ শিল্পী হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গৰ সমাধিস্থলীত অৰ্থাত জুবিন ক্ষেত্ৰলৈ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ লৈ একাঁজলী শ্রদ্ধাঞ্জলি দিবৰ বাবে যাত্ৰা আৰম্ভ কৰে মুকুণ্ডপুৰ-কাড়িপাৰা বাসী ৰাইজ।