ডিফু: কাৰ্বি আংলঙত Ginger Festival 2.0-ৰ প্ৰস্তুতি, পৰ্যালোচনা বিধায়ক তুলিৰাম ৰংহাঙৰ
কাৰ্বি আংলঙত অনুষ্ঠিত হ'বলগীয়া Ginger Festival 2.0-ৰ প্ৰস্তুতিৰ বুজ ল'লে বিধায়ক ড০ তুলিৰাম ৰংহাঙে। ডিফু–মানজা পথৰ KASA ক্ৰিকেট ষ্টেডিয়ামত চলিছে উৎসৱৰ ব্যাপক প্ৰস্তুতি। GI-টেগ প্ৰাপ্ত আদাৰ প্ৰসাৰ আৰু কৃষকৰ পৰিশ্ৰমক বিশ্বৰ দৰবাৰত তুলি ধৰাই এই উৎসৱৰ লক্ষ্য।