Public App Logo
Profile Picture

Munmi Bora

@usr55964595
225Followers
0Following
ডিফু: লাংফেৰ কাৰ্বি জুতাং আকালামত অনুষ্ঠিত হ’বলগীয়া সেৱা সেতু কাৰ্যসূচীক লৈ বাকালিয়াত অনুষ্ঠিত হয়
ডিফু: ৯ নং আমৰেং MAC সমষ্টিত বন ভূমিৰ অধিকাৰ সন্দৰ্ভত সজাগতা অভিযান
ডিফু: ডিফুৰ তাৰালাংছ’ত ৪ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া জনপ্ৰিয় ভাৰতীয় গায়ক মিকা সিঙৰ সংগীতানুষ্ঠান স্থগিত কৰা হৈছে
ডিফু: শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় ক্ৰীড়া সমাৰোহৰ পূৰ্ণাঙ্গ আদৰণি সমিতি গঠন হাওৰাঘাটত
ডিফু: বোকাজান বিধানসভা সমষ্টিৰ থেভাং ভোটকেন্দ্ৰত এপিএইচএলচিৰ প্ৰাক্তন কোষাধ্যক্ষ ৰতুল লাংনেহে বিজেপিত যোগদান
ডিফু: কাৰ্বি ছাত্ৰ সন্থা (KSA)-ৰ উদ্যোগত বৃহত্তৰ ডকমকা অঞ্চলত ANTI-DRUG AWARENESS বাইক ৰেলী
ডিফু: কাৰ্বি আংলঙ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যা সহ কেইবাগৰাকী বিধায়ক, সাংসদে নগাঁৱত চলাই নিৰ্বাচনী প্ৰচাৰ
ডিফু: মহাত্মা গান্ধীৰ ১৫৭সংখ্যক জন্ম জয়ন্তী উপলক্ষে জিলা প্ৰশাসনৰ উদ্যোগত ডিফুত বিশেষ কাৰ্যসূচী অনুষ্ঠিত
ডিফু: মহাত্মা গান্ধীৰ ১৫৭সংখ্যক জন্ম জয়ন্তী উপলক্ষে জিলা প্ৰশাসনৰ উদ্যোগত ডিফুত বিশেষ কাৰ্যসূচী অনুষ্ঠিত
ডিফু: কাৰ্বি আংলঙত APDCL Model Solar Village নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ বৈঠক,উপস্থিত জিলা আয়ুক্ত
ডিফু: ডিফুত প্ৰথমবাৰৰ বাবে Godrej কোম্পানীৰ ACৰ বিপণী মুকলি
ডিফু: বকলীয়াঘাট বজাৰত দিন দুপৰতে চোৰক ধৰি খুটাত বান্ধি থলে ৰাইজে, মন্তব্য ৰাইজৰ
ডিফু: দুৱাৰবাগৰি সমষ্টিৰ পৰা MAC হিচাপে নিৰ্বাচিত হোৱাৰ পাছৰে পৰা সমষ্টিটোৰ উন্নয়নৰ খতিয়ান দাঙি ধৰিলে MAC-গৰাকীয়ে
ডিফু: ডিফু বজাৰত পৰ্যাপ্ত ডাষ্টবিন নথকাৰ অভিযোগ,বজাৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ লগতে প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ আহ্বান
ডিফু: ডিফু বজাৰত পৰ্যাপ্ত ডাষ্টবিন নথকাৰ অভিযোগ,বজাৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ লগতে প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ আহ্বান
ডিফু: কাৰ্বি আংলঙৰ কেইবাগৰাকী বিধায়কে চলালে নগাঁও লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ
ডিফু: নগাঁৱৰ উপ নির্বাচনত বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাক জয়ী কৰাবলৈ আহ্বান কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 𝐂𝐄𝐌ৰ
ডিফু: ডিফু চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰম্ভ হ’ল ADRE Free Coaching 3.0ৰ ডিফু কেন্দ্ৰ
ডিফু: কাৰ্বি আংলঙত আগন্তুক কাৰ্যসূচীক লৈ তৎপৰতা জিলা বিজেপিৰ সভাপতি,জিলা আয়ুক্তক সক্ষ্যাত কৰে জিলা সভাপতিয়ে
ডিফু: কাৰ্বি আংলঙত বিজেপিৰ যোগদান কাৰ্যসূচী,কেইবাগৰাকীও কংগ্ৰেছ আৰু এপিএইচএলচিৰ নেতা-কৰ্মীয়ে যোগদান কৰে 𝐁𝐉𝐏 দলত
ডিফু: ডিফুত অনুষ্ঠিত নিচা মুক্ত ভাৰত সংকল্প কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যপালে
ডিফু: হাওৰাঘাটত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ,হাওৰাঘাট VDC কাৰ্যালয়ত বিতৰণ কৰা হয়
ডিফু: ডিফু ক্লাবত অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সংবাদমেল
ডিফু: কাৰ্বি আংলং জিলাত  কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ,
নিৰ্বাচন আয়ুক্ত জ্ঞানেশ  কুমাৰৰ পদত্যাগ আৰু গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰতিবাদ
ডিফু: বাকালিয়াত বিশিষ্ট কাৰ্বি সাংস্কৃতিক ব্যক্তিত্ব ৰু ৰাংছিনা ছাৰ্পোৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে CEM তথা বিধায়কে