Public App Logo
Jansamasya
National
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
North_east_delhi
Nagaland
East_delhi
West_delhi
Notoadulteration
Bipinrawat
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Educationforall
Cds
Chaitranavratri
Railsafety
Smartrailyatri
Bihar
Indianrailway
Railinfra4jharkhand
Safetyfirst
Amritstation
No video available

সোণাৰি: নাহৰহাবি চাহ বাগিছাত যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন বিজেপিৰ সভাপতি ভৱেশ কলিতা

Sonari, Charaideo | Apr 5, 2024
যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিৰ সভাপতি ভৱেশ কলিতা। চৰাইদেউৰ লাকুৱা নাহৰহাবি চাহ বাগিচাত হেলিকপ্টাৰ লৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ সভাপতিৰ। অসমৰ ১৪ খন আসনতে বিজেপি জয়ী হোৱাৰ ঘোষণা কলিতাৰ। ইফালে বৰ্তমান কংগ্ৰেছ অচল দুটকীয়া টকা বুলিও কটাক্ষ। আজি প্ৰতিকুল বতৰৰ মাজতে চৰাইদেউৰ দুই বিধান সভা সমষ্টিত তিনিটা স্থানত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ ভৱেশ কলিতাৰ লগত সংগ দিয়ে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনে ৷