সোণাৰি: নাহৰ হাবি বাগিছাত ভৱেশ কলিতাৰ হেলিকপ্টাৰৰ যান্ত্ৰিক বিজুতি ঘটাত গাড়ীয়ে সোণাৰিৰ বৰুৱানগৰলৈ ৰাওণা সভাপতি ভৱেশ কলিতাৰ।
চৰাইদেউৰ লাকুৱা নাহৰহাবি চাহ বাগিচাত হেলিকপ্টাৰ লৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ সভাপতিৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহন লাকুৱা নাহৰহাবি চাহ বাগিচাৰ পৰা হেলিকপ্টাৰ জৰিয়তে সোণাৰিৰ বৰুৱানগৰ যোৱাৰ কথা আছিল যদিও হেলিকপ্টাৰৰ যান্ত্ৰিক বিজুতি ঘটাত গাড়ীয়ে সোণাৰিৰ বৰুৱানগৰলৈ ৰাওণা সভাপতি ভৱেশ কলিতাৰ। সংগ দিছে মন্ত্রী যোগেন মহনে।